http://as-in.facebookwkhpilnemxj7asaniu7vnjjbiltxjqhye3mhbshg7kx5tfyd.onion/business/help/2347002662267537?helpref=uf_permalink
লগতে, আমাৰ ব্যৱসায়ীৰ চুক্তি , বিক্ৰেতাৰ নীতি , বাণিজ্য নীতি , সমুদায়ৰ মতামত সম্পৰ্কীয় নীতি , বিজ্ঞাপনৰ মান্যতা আৰু পৃষ্ঠা, গোট, আৰু কাৰ্যক্ৰমৰ নীতি কে ধৰি আমাৰ নীতিসমূহ মানি চলিব নোৱাৰিলে Facebook আৰু Instagram-ৰ এক্সেছ, বাণিজ্য সম্পৰ্কীয় বৈশিষ্ট হেৰুৱাব পাৰে বা আপোনাৰ একাউণ্ট অক্ষম কৰা হ’ব পাৰে। 2. আপোনাৰ ব্যৱসায় আৰু আপোনাৰ ডমেইনক প্ৰতিনিধিত্ব কৰা আপোনাৰ Facebook পৃষ্ঠা বা Instagram-ৰ পেছাদাৰী একাউণ্টত সামগ্ৰীৰ লিষ্টিং থাকিবই লাগিব, যিবোৰ আপোনাৰ ৱেবছাইট বা Facebook বা Instagram-ত...